Share this book with your friends

Saral Bishlexanatmak Padartha Vigyan Dwadash Srenee Vol 2 / সৰল বিশ্লেষণাত্মক পদাৰ্থ বিজ্ঞান দ্বাদশ শ্ৰেণী Vol 2

Author Name: Manab Bharali | Format: Paperback | Genre : Educational & Professional | Other Details

NCERT ৰ পদাৰ্থ বিজ্ঞানৰ পাঠ্যপুথি আৰু AHSEC ৰ পাঠ্যক্ৰমৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলে সহজে বুজি মনত ৰাখিব পৰাকৈ সৰল ভাষাত সু-গাঁথনিৰে যিমান পাৰি কম শব্দত গ্ৰন্থখন লিখা হৈছে । 

পদাৰ্থ বিজ্ঞানৰ একেই পাঠ্যক্ৰমক পুনৰাই ন-ৰূপত পৰিৱেশনৰ এক বিনম্ৰ প্ৰয়াস গ্ৰন্থখন।

পাঠ্যক্ৰমৰ সকলোবোৰ গুৰুত্বপূৰ্ণ বিষয় / ধাৰণা সামৰি গ্ৰন্থখন সংক্ষিপ্ত আৰু সহজ ভাষাত লিখা হৈছে।

অধ্যায়সমূহৰ পুনৰীক্ষণ আৰু স্পষ্টতাৰ বাবে প্ৰতিটো অধ্যায়ৰ শেষত সযতনে নিৰ্বাচিত বিশ্লেষণাত্মক প্ৰশ্ন দিয়া হৈছে যাতে অধ্যায়সমূহৰ বিভিন্ন ধাৰণাৰ সোঁৱৰণ আৰু পুনৰাবৃত্তি হয়।

সু-গাঁথনিযুক্ত ধাৰণাভিত্তিক সংখ্যাগত প্ৰশ্নসমূহ সহজৰ পৰা গভীৰভাৱে চিন্তা-উদ্দীপক জটিল প্ৰশ্নলৈকে সজাই অধ্যায়সমূহৰ শেষত দিয়া হৈছে যাতে প্ৰতিটো অধ্যায়ৰ বিভিন্ন ধাৰণাৰ অন্যান্য প্ৰশ্নৰ অনুশীলন কৰাৰ লগতে গাণিতিক দক্ষতা বৃদ্ধি কৰিব পৰা যায়।

অধ্যায়বোৰৰ শেষত পূৰ্বৰ ফাইনেল পৰীক্ষাত অহা প্ৰশ্নবোৰ বছৰ অনুযায়ী সজাই দিয়া হৈছে আৰু অধ্যায়বোৰৰ শেষত সমাধানৰ ইংগিতসহ সাংখ্যিক প্ৰয়োগত প্ৰয়োজনীয় গাণিতীক সমীকৰণসমূহ দিয়া হৈছে ।

JEE আৰু AIEEE পৰীক্ষাৰ পূৰ্বৰ প্ৰশ্নসমূহ প্ৰতিটো অধ্যায়ৰ শেষত সমাধানৰ ইংগিতৰ সৈতে দিয়া হৈছে।

Read More...

Ratings & Reviews

0 out of 5 ( ratings) | Write a review
Write your review for this book
Sorry we are currently not available in your region.

মানৱ ভৰালী

এম. এচ. চি. (পদাৰ্থ বিজ্ঞান), গোল্ডমেডেলিষ্ট, তেজপুৰ বিশ্ববিদ্যালয়

এম. টেক. (শক্তি প্ৰযুক্তিবিদ্যা), তেজপুৰ বিশ্ববিদ্যালয়

বি. এড., গৌহাটী বিশ্ববিদ্যালয়

লিখকৰ অন্যান্য কিতাপ সমূহ হৈছে

সৰল বিশ্লেষণাত্মক পদাৰ্থ বিজ্ঞান, উচ্চতৰ মাধ্যমিক ২য় বৰ্ষ
সৰল বিশ্লেষণাত্মক পদাৰ্থ বিজ্ঞান, উচ্চতৰ মাধ্যমিক ২য় বৰ্ষ (ভলিউম. ওৱান)

ছিম্পল এনালাইটিকেল ফিজিক্স, এইচ. এচ. ফাৰ্ষ্ট  ইয়েৰ

ছিম্পল এনালাইটিকেল ফিজিক্স, এইচ. এচ. ছেকেণ্ড ইয়েৰ
সৰল বিশ্লেষণাত্মক পদাৰ্থ বিজ্ঞান, উচ্চতৰ মাধ্যমিক ১ম বৰ্ষ (কম্বাইণ্ড উলিউম)
সৰল বিশ্লেষণাত্মক পদাৰ্থ বিজ্ঞান, উচ্চতৰ মাধ্যমিক ১ম বৰ্ষ (ভলিউম ওৱান)
সৰল বিশ্লেষণাত্মক পদাৰ্থ বিজ্ঞান, উচ্চতৰ মাধ্যমিক ১ম বৰ্ষ (Vol. 2)
UNO ত আমাক জনাজাত কৰা ল’ৰাটো ক’ত (কবিতা পুথি)

Read More...

Achievements

+7 more
View All