Share this book with your friends

Man-Magaju / মন-মগজু

Author Name: Shivanga Kumar Gogoi | Format: Paperback | Genre : Educational & Professional | Other Details

বৰ্তমান আমাৰ সমাজত এনে বহু লোক আছে যাৰ ধন-ধান উভৈনদী হৈ আছে কিন্তু তথাপিও তেওঁলোক সুখী নহয়। তেওঁলোকৰ সকলো আছে মাত্ৰ এটা বস্তু নাই। সেইটোৱে হৈছে মানসিক শান্তি। মানসিক শান্তি ধনেৰে কিনিব নোৱাৰি। আমাৰ সমাজত এনে বহু লোক আছে যিসকল শাৰীৰিকভাৱে শক্তিশালী যদিও মানসিকভাৱে বহুত দুৰ্বল। এখন সমাজৰ সকলোলোক মানসিকভাৱে শক্তিশালী হ’লেহে সমাজখনৰ উন্নতি হ’ব। আমি জানো যে মানসিকতা মগজুৰ সৈতে সম্পৰ্কিত। সেয়েহে মানসিকভাৱে শক্তিশালী হ’বলৈ হ’লে আমি আমাৰ মগজুক শক্তিশালী কৰিব লাগিব। আম

Read More...
Paperback 150

Inclusive of all taxes

Delivery

Enter pincode for exact delivery dates

Also Available On

শিৱাংগ কুমাৰ গগৈ

শিৱাংগ কুমাৰ গগৈৰ ঘৰ যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ শুকানজান নামৰ এখন গাঁৱত। তেখেতৰ পিতৃৰ নাম শ্ৰীযুত যাদৱ চন্দ্ৰ গগৈ আৰু মাতৃৰ নাম শ্ৰীযুতা ভাৰতী গগৈ। শিৱাংগই প্ৰাথমিক শিক্ষা নগাবাট জাতীয় বিদ্যালয়ৰ পৰা সম্পন্ন কৰিছিল। তেখেতে উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষা যোৰহাট জিলাৰ তিতাবৰস্থিত জৱাহৰ নৱোদয় বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈছিল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা কটন বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈছ

Read More...

Achievements