Share this book with your friends

Durun Fulor Mou  / দোৰোন ফুলৰ মৌ

Author Name: Shabnam Ara Begum | Format: Paperback | Genre : Poetry | Other Details

‘দোৰোন ফুলৰ মৌ’ শীৰ্ষক কবিতা পুথিখন সৰু-ডাঙৰ পঁচিশটা কবিতাৰ এটি সংকলন। ইয়াৰে কিছুমান কবিতা পূৰ্ব্বে বিভিন্ন কাকত আলোচনী আদিত প্ৰকাশিত । ইয়াৰ কবিতা সমূহত বিশেষকৈ প্ৰেম-হতাশা, প্ৰাপ্তি-অপ্ৰাপ্তি, জীৱন সমাজৰ তিতা-কেঁহা আদি বিভিন্ন অভিঞ্জতাৰ প্ৰতিফলন ঘটিছে । কোনোবাটো কবিতাত হয়তো প্ৰকাশ পাইছে কোনো মাতৃহাৰা সন্তানৰ বুকুৰ বেদনা অথবা কোনোবাটো কবিতাত প্ৰকাশ পাইছে কুমাৰী মাতৃৰ যন্ত্ৰনা তথা সকলো বাধা নেওঁচি সন্তান জন্ম দিয়াৰ এক মাতৃসুলভ মানসিক দৃঢ়তা ।

Read More...
Paperback
Paperback 150

Inclusive of all taxes

Delivery

Item is available at

Enter pincode for exact delivery dates

Also Available On

শ্বৱনম আৰা বেগম

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত স্নাতকোত্তৰ ডিগ্ৰীধাৰী শ্বৱ্নম আৰা বেগমে কলেজীয়া জীৱনৰ পৰাই চেগা-চোৰোকাকৈ বিভিন্ন বাতৰি কাকত, আলোচনী আদিত গল্প-কবিতা ইত্যাদি লিখি আহিছিল । বৰ্ত্তমান কৰ্মব্যস্ত জীৱনতো তেওঁ কাব্যচৰ্চা অব্যাহত ৰাখিছে। তেওঁৰ লিখনিত জীৱন-সমাজৰ তিতা-কেঁহা, প্ৰাপ্তি-অপ্ৰাপ্তি, প্ৰেম-হতাশা আদি অভিঞ্জতা সমূহৰ প্ৰতিফলন প্ৰকাশ পায় । বৰ্ত্তমান তেওঁ মাৰুতি চুজুকি ডিলাৰৰ শাখা-প্ৰৱন্ধক হিচাপে কৰ্মৰত হৈ আছে । 

Read More...

Achievements